Assam Land Record ধৰিত্ৰী Dharitree


9.3 by Paplu
Sep 21, 2018 پرانے ورژن

کے بارے میں Assam Land Record ধৰিত্ৰী Dharitree

Assam Land Reocrd Dharitree

ভূমি ৰাজহ বিভাগটো হৈছে ৰাজ্যখনৰ এক অতিশয় পুৰণি বিভাগ যাৰ অস্তিত্ব ১৮৭৪ চনৰ পৰাই থকা দেখা যায়। পূৰ্বতে এই বিভাগে বন, প্ৰব্ৰজন আৰু শ্ৰম, বিত্ত, উদ্যোগ, জৰীপ ও বন্দোৱস্তী, কৃষি, পশুপালন, জলসিঞ্চন, সমবায়, মংস্যপালন, প্ৰত্নতাত্বিক আৰু সংগ্ৰহালয়, শুল্ক ইত্যাদি কেইবাটাও বিষয় সামৰি লৈছিল। এই বিভাগটোক ইং ১ মাৰ্চ, ২০০৭ চনত ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগ হিচাপে নকৈ নামাকৰণ কৰা হয়। সময় আৰু বৰ্তমান যুগৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাকৈ বিভাগটোক পৰ্য্যায়ক্ৰমে আধুনিক কৰি গঢি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে।

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্হাপনা বিভাগৰ ইলেকট্ৰনিক প্ৰশাসনৰ আন্ত গাথনিত সংস্কাৰ সাধনৰ যোগেদি বিভাগটোৰ কাম কাজৰ ক্ষে্ত্ৰত দক্ষতা, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীকতা আনিবলৈ যত্নপৰ হোৱা দেখা গৈছে।

এই ক্ষেত্ৰত লক্ষ্যনীয় ভাৱে অনলাইন সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ আওঁতাত চাৰিটা অতিশয় গুৰুত্বপূৰ্ণ ই-প্ৰকল্প- স্হাৱৰ সম্পত্তিৰ বিক্ৰী তথা মালিকানা হস্তান্তৰৰ ক্ষেত্ৰত আপত্তিহীন প্ৰমান পত্ৰ প্ৰদান, ধৰিত্ৰী-ভূমিলেক্ষ্য পৰিচালনা আৰু পৰিবৰ্দ্ধন ব্যৱস্হা, ই-পঞ্জীয়ন অনলাইন যোগে সম্পত্তিৰ পঞ্জীয়ন তথা ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্হাক ইয়াৰ সৈতে সাঙুৰি লোৱা হৈছে। এই সংহত ভূমিলেক্ষ্য পৰিচালনা ব্যৱস্হাৰ যোগেদি সাধাৰণ নাগৰিকে ভূমি সম্পৰ্কীয় নথি-পএ পৰ্য্যবেক্ষন/পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ যোগেৰে মাটি-বাৰী বিক্ৰী, হস্তান্তৰ, পঞ্জীয়ন আদিৰ ক্ষেত্ৰত দুৰ্নীতি মুক্ত কৰি নিম্নস্তৰৰ জনসাধাৰনক খৰতকীয়া সেৱা আগবঢাব পৰা যাব।

This is not Official Application of Assam land record

Contact is at rashidakhatun333@gmail.com

میں نیا کیا ہے 9.3 تازہ ترین ورژن

Last updated on Sep 22, 2018
Minor bugs fixed

معلومات ایپ اضافی

تازہ ترین ورژن

9.3

اپ لوڈ کردہ

Benjamin Zhou

Android درکار ہے

Android 4.0.3+

رپورٹ کریں

فلیگ غیر موزوں ہے

مزید دکھائیں

Assam Land Record ধৰিত্ৰী Dharitree متبادل

Paplu سے مزید حاصل کریں

دریافت